(as) গুৰু সিয়াগ যোগ

Gurudev Ramlalji Siyag (1926-2017)

Baba Gangainathji (Unknown-1983)

GSY

গুৰু সিয়াগ যোগ

বিনামূলীয়া

কোনো দান বা পঞ্জীয়ন নাই

GSY

গুৰু সিয়াগ যোগ

কোনো পাঠ্যক্ৰম নাই, 

কোনো আহাৰৰ সীমাবদ্ধতা নাই

জি.এছ.ৱাই বিৱৰণ
গুৰু সিয়াগ যোগত ধ্যান আৰু মন্ত্ৰৰ মানসিক জাপ কৰা .. Read more
শক্তিপাত

গুৰু সিয়াগ যোগত শক্তিপাত দীক্ষাৰ দ্বাৰা কুণ্ডলিনী জাগ্ৰত কৰা Read more

কুণ্ডলিনী

ধ্যান তথা মন্ত্ৰ জপ কৰাৰ ফলত সাধকৰ কুণ্ডলিনী জাগ্ৰত .. Read more

ধ্যান
সুখপ্ৰদ যিকোনো আসনত বহি লব, আপুনি যিকোনো ঠাইতে ... Read more

Gurudev Shri Ramlalji Siyag (1926-2017)

    Baba Shri Gangainathji Yogi (Unknown-1983)

      আমাৰ বিষয়ে

      বহুত সৰল, চিধা আৰু সহজ মাধ্যমেৰে আধ্যাত্মিক মাৰ্গত আগবাঢ়িবলৈ ইচ্ছা ৰখা সকল, দেশ-বিদেশৰ সাধকৰ বাবে এই ৱেৱছাইত আগবঢ়োৱা হৈছে। গুৰুদেৱৰ যিসকল শিষ্যই গুৰুদেৱৰ স’তে থাকি কেবাবছৰো গুৰু সিয়াগ মিছনৰ কাৰ্য কৰিছে, এই ৱেবছাইট গুৰু সিয়াগৰ সেইসকল শিষ্যৰ দ্বাৰা পৰিচালিত হয়। এই শিষ্যসকলে গুৰু সিয়াগৰ স’তে ভাৰত তথা বিদেশতো মিছন সম্বন্ধিত কাৰ্য আৰু যাত্ৰা কৰিছে। আধ্যাত্মিক জীৱনত পদোন্নতিৰ হেতু দেশ-বিদেশৰ সাধকৰ দ্বাৰা সোধা প্ৰশ্নৰ গুৰুদেৱে যি সহজভাৱে উত্তৰ দিছে তাৰদ্বাৰা গুৰুদেৱৰ দৰ্শন বহু ওচৰৰ পৰা জনাৰ সুবিধা লাভ কৰিছো। গুৰুদেৱে সাধকক, সাধনা কৰিব বিচৰাসকল,সাধাৰণ জনতাৰ সৈতে যি ব্যক্তিগত বাৰ্তালাপ আৰু তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিছিল, সেই সকলো সংযুক্ত কৰি এই ৱেবছাইট বনোৱা হৈছে। Read more
      জি.এছ.ৱাই(GSY) অনুবাদৰ বাবে সহায় কৰক
      We invite people to help us propagate Guru Siyag's Yoga and its benefits by translating the material on this website in their local languages. We have made an attempt to translate some content of the English website in several languages. However, there is still a lot of work to be done, and we would appreciate any help in getting more data translated. We are grateful to practitioners in Germany, Brazil, Greece and Colombia who have helped us in translating the website in German, Portuguese, Spanish, French, Arabic, Hebrew, Greek, Persian, Swahili and Filipino (Tagalog). More contributions are welcomed!.. Read more

      Guru Siyag Yoga - Way to Self Relization and Holistic Healing

      error: Content is protected !!