(as) গুৰু সিয়াগ যোগ

  • নিয়মিত ধ্যান আৰু মন্ত্ৰ জপ কৰিলে সাধকৰ কুণ্ডলিনী জাগ্ৰত হয় যাৰ ফলত তেওঁৰ আধ্যাত্মিক প্ৰগতি হয়।
  • যিকোনো প্ৰকাৰৰ শাৰীৰিক ৰোগ-ব্যাধিৰ পৰা বিনা কষ্টে মুক্তিলাভ কৰাতো সম্ভব হৈ পৰে।
  • হতাশা, চিন্তা, খিংখিঙিয়া হোৱা, নিদ্ৰাহীনতা, ডিপ্ৰেছন, ভয় বা মানসিক সমস্যাৰ পৰা মুক্তি সম্ভব হয়।
  • শিশু তথা বিদ্যাৰ্থীৰ একাগ্ৰতা আৰু স্মৃতিশক্তি বৃদ্ধিত সহায়ক হোৱাৰ লগতে শিশুৰ সুপ্ত হৈ থকা প্ৰতিভাৰ বিকাশ হয়।
  • পাৰিবাৰিক, ব্যৱসায়িক, শিক্ষা অথবা আৰ্থিক সমস্যাৰে সম্বন্ধিত সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰে।
  • দৈনিক জীৱনৰব্যস্ততাৰ বাবে হোৱা শাৰীৰিক তথা মানসিক ভাগৰক কম কৰিবলৈ সহায়ক হয়।
  • জীৱনমুখী, উৎসাহ, সন্তোষ তথা আত্মবিশ্বাস বঢ়োৱাত সহায়ক হয়।
  • পূৰ্বজন্মৰ সংস্কাৰৰ ফলত এই জন্মত হোৱা অশান্তিৰ পৰা মুক্তিলাভ।
  • ভুত-প্ৰেত, যাদু-মন্ত্ৰ, বেয়াদৃষ্টি আদিৰ পৰা মুক্তি।
error: Content is protected !!