(as) গুৰু সিয়াগ যোগ

চিকিৎসাবিজ্ঞানে উদ্বেগৰ পৰা মুক্তিৰ উপাই টোপনি বা বিষৰ বড়ি দিব। নিচা গুৰু সিয়াগ যোগীয়েও কৰাই, কিন্তু সেয়া নামমাত্ৰহে। মন্ত্ৰৰ নিৰন্তৰ জাপে মনত একধৰণৰ নিচাৰ সৃষ্টি কৰে। যাৰ দ্বাৰা মানসিক ৰোগ যেনে ভয়, চিন্তা, অনিদ্ৰা, আক্ৰোশ, উদ্বেগ, হতাশা, ফোবিয়া আদিৰ পৰা নিজে নিজেই মুক্তি লাভ কৰে। মানসিক চিন্তা, উদ্বেগ বা আক্ৰোশৰ কাৰণ যেনে- চাকৰি, বিবাহ, পৰিয়াল, আৰ্থিক, অফিচ সম্বন্ধীয়, শিশু সম্বন্ধীয়, কেছ-মোকৰ্দমা, তন্ত্ৰ-মন্ত্ৰ আদি যিকোনো হব পাৰে। নিয়মিত ধ্যান আৰু নাম জাপৰ দ্বাৰা মাত্ৰ কিছুদিনৰ ভিতৰতে সুফল পাবলৈ আৰম্ভ কৰিব। ধ্যানৰ ফলত আপোনাৰ সমস্যাসমূহৰ সমাধান দেখিবলৈ পাব, যাৰ জৰিয়তে আপোনাৰ উদ্বেগ বা আক্ৰোশ কমিবলৈ ধৰিব। সমস্যাসমূহৰ সমাধান হঠাতে ধ্যানৰ জৰিয়তে, কোনো ব্যক্তিৰ দ্বাৰা, কাৰোবাৰ পৰা অহা ফোনকলৰ জৰিয়তে, কিতাপৰ পৰা, বা অন্য যিকোনো মাধ্যমেৰে হ’বলৈ ধৰে। GSY মনোবৈজ্ঞানিক আৰু ভাবনাত্মক অসন্তুলন দূৰ কৰি শৰীৰক সম্পূৰ্ণ স্বস্থ্য কৰে।

error: Content is protected !!