(as) গুৰু সিয়াগ যোগ

  • এইটো হৈছে জীৱিত অৱস্থাতে ব্যক্তিক প্ৰদান কৰা দিব্য ৰুপান্তৰণৰ মাৰ্গ, অৰ্থাৎ আত্মাৰ পৰমাত্মাৰ সতে মিলনৰ পথ হোৱা হেতুকে এই মাৰ্গত বেমাৰ, নিচা বা চিন্তাৰ পৰা স্বতঃস্ফূৰ্তভাবে ব্যক্তি মুক্ত হব পাৰে।
  • এই সাধনাত পতঞ্জলিৰ অষ্টাংগ যোগৰ লাভ সহজ সৰল ৰুপেৰে প্ৰদান কৰা হয়।
  • কিছুসময়ৰ সাধনাৰ পাছত সাধকে অজপা জাপৰ স্থিতি লাভ কৰে আৰু মন্ত্ৰৰ জাপ নিজে নিজে হবলৈ লয়।
  • আধ্যাত্মিক বিকাশৰ ক্ৰমত সাধকে অনাহত নাদৰ শ্ৰবাণ লাভ কৰে যিয়ে তেওঁক যিকোনো পৰিস্থিতিত গাৰ্হস্থ্য জীৱনত থাকিও আন্তৰিক শান্তি প্ৰদান কৰে। নাদ অহা বা শুনা আধ্যাত্মিক বিকাশৰ মহত্বপূৰ্ণ কথা।
  • GSY ৰ দ্বাৰা সাধকৰ বিভিন্ন ধৰণে সিদ্ধি লাভ হয় যেনে পাৰ্থিব জ্ঞান লাভ, যত সাধকে অতীত আৰু ভৱিষ্যতৰ ঘটনা অনুভৱ কৰিব পাৰে।
  • কোনো সাধকক খেচেৰী মুদ্ৰাৰ প্ৰয়োজন হয় যত যোগীয়ে জিভাখন পিছৰফালে টানি ধৰে আৰু এবিধ ৰস নিগৰে যাক অমৃতৰ সতে ৰিজাই, যাৰ ফলত কিছু অসাধ্য ৰোগো নিৰ্মূল হয়।
  • GSY ৰ সাধনাৰে বৃত্তি পৰিবৰ্তন (তামসিকৰ পৰা সাত্বিকলৈ পৰিবৰ্তন) হোৱা বাবে ব্যক্তিৰ জীৱনলৈ পৰিবৰ্তন আহে।
  • নিৰন্তন গভীৰ সাধনাৰ দ্বাৰা সাধকে মোক্ষ প্ৰাপ্তি কৰে।
error: Content is protected !!